গোলাঘাটত যোৱাবাৰ লক্ডাউন তথা এইবছৰৰ আংশিক লক্ডাউনত জুৰুলা আৰু আতংকিত শিল্পীসকল
ৰাজ্যত ক’ৰণাৰ ভয়াবহতাৰ ফলত চৰকাৰে দিয়া যোৱাবছৰৰ লক্ডাউন আৰু এইবাৰৰ আংশিক লক্ডাউনত ভাৰাক্ৰান্ত, হতাশাগ্ৰস্ত আৰু আতংকীত হৈ পৰা দৃষ্টিগোচৰ হয় প্ৰতিমা নিৰ্মাতা শিল্পী সকল৷ সেইমৰ্মে গোলাঘাট নগৰৰ গোলাঘাট ফৰকাটিং ঘাইপথৰ আলুপট্টিৰ বিশ্বকৰ্মা পাল নামৰ প্ৰতিমা নিৰ্মাতা শিল্পীজনৰ দুৰৱস্থাৰ কথা জানিলে আপোনাৰো চকুৰ পৰা পানী নিগৰিব […]
Regional