টীয়কত পুনৰ সাংবাদিকক ভাবুকি ।

0 00 3 yrs 234

টীয়কত পুনৰ সাংবাদিকক ভাবুকি ।জেষ্ঠ্য সাংবাদিকক নিশা ঘৰত গৈ চাৰিজনীয়া দুৰ্বৃত্তৰ ভাবুকি ৷ টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিলৰাজ্যত ক্ৰমাৎ সাংবাদিক নিগ্ৰহৰ ঘটনা বৃদ্ধি হোৱাৰ সময়তে পুনৰ টীয়কত সংঘটিত হৈছে সাংবাদিকক ভাবুকি প্ৰদানৰ এক ঘটনা ৷ খবৰ অনুসৰি টীয়ক আৰক্ষী থানাৰ অধীনৰ জাঁজী হাঁহচৰা অঞ্চলৰ অসমৰ […]

Uncategorized