বহাগ

বহাগ তই বাৰু কিয়নো আহিলি? পৃথিৱী খনি এতিয়া যে  মহমাৰিৰ ৰুপত! চাৰিও কাষে কেৱল আৰ্তনাদ …. বহাগ তোকযে এই বিপদ সংকত কালত ,জেতুকা বোলোৱা দুখনী লিহিৰি হাতেৰে আদৰিবও নোৱাৰো! নোৱাৰো তোৰ ডিঙিত বোলাব ফুলামকৈ গামোচা! বহাগ তোকযে নোৱাবও নোৱাৰো মাহঁ ,হালধীয়ে… মাথো তই দূৰৈত ৰৈ […]

Video

0 00 1 min 3 dys