July 31, 2021

ড্ৰাগচৰ দাস নহ’ব ।

ৰাজ্যত দৈনিক বৃদ্ধি হ’ব ধৰিছে মাৰাত্মক ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ৷ঠায়ে ঠায়ে গঢ় লৈ উঠা দৃষ্টিগোচৰ হ’ব ধৰিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা৷আংশিক লক্‌ডাউনৰ উক্ত সময়চোৱাত বহুসংখ্যক স্বাৰ্থলোভিয়েই নামি পৰা পৰিলক্ষিত হৈছে এই নিষিদ্ধ বেহা তথা বহু যুৱক যুৱতিও সোমাই পৰিছে এই মৰাত্মক ড্ৰাগছৰ গ্ৰাসত৷সেয়েহে, আজি গোলাঘাট আৰক্ষীয়ে মৰাত্মক […]

Uncategorized
0 00 1 min 1 mth

মুকালমুৱাত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াক বিদায় সম্বৰ্ধনা।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কংকণ শৰ্মাই আজি চৰকাৰী নিৰ্দেশমৰ্মে “বৰক্ষেত্ৰী ৰাজহ চক্ৰ”ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়। উল্লেখ্য যে তেখেত পশ্চিম কাৰ্বি আংলং লৈ SDO সদৰ হিচাপে বদলি হয়।২০২০ চনৰ ১৮ ফেব্ৰুৱাৰীত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰা ৰাজহ চক্ৰ বিষয়া কঙ্কণ শৰ্মাই […]

Uncategorized
0 00 1 min 1 mth

বৰক্ষেত্ৰী ঘোগা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৷পঞ্চায়ত সভানেত্ৰীসহ পাঁচ গৰাকী ৱাৰ্ড সদস্যৰ সংবাদমেল ।

বৰক্ষেত্ৰী ঘোগা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৷পঞ্চায়ত সভানেত্ৰীসহ পাঁচ গৰাকী ৱাৰ্ড সদস্যৰ সংবাদমেল ৷ 8নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘোগা গাঁও পঞ্চায়তৰ অন্তৰ্গত লাওতোলা গাঁওত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ কৰা ঘটনাৰ পিছত একাংশই নিকৃষ্ট ৰাজনীতিৰ প্ৰশ্ৰয় লোৱাৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ সভানেত্ৰী ৰিজুমা বেগমে ৷ […]

Uncategorized
0 00 12 mths

ৰমেন বৰুৱাৰ অপেক্ষা

*অপেক্ষা* তুমিতো জানাই… তোমাৰ দুভৰিৰ নূপুৰৰ মাত কিমান দিন শুনা নাই? শুনা নাই তোমাৰ প্ৰাপ্তিৰ অভিমানৰ ব‍্যাখা । দেখা নাই তোমাৰ কঁকালৰ ঢৌ খেলা দীঘল চুলিটাৰি… অপেক্ষায়ো যে একোটা সুকীয়া সত্তা….  ভালেই লাগে…!!!!! অভিমানবোৰ অভিমানী হৈ হৃদয়ত দোলা দিলে… তুমি চাগে বুজিছা নহয়.. তোমাক লগ […]

আস কি নীৰৱতা

0 00 1 min 1 yr

 দিনবোৰ সাৱটি বহি ৰ’লোঁ অট্টালিকাটোৰ একোণত৷ আকাশত এজাক উৰন্ত চিলনী সৰি পৰিল  এখনি পাখি উচপ খাই উঠিলোঁ  আস্ কি নীৰৱতা! মৰাশবোৰ লৈ যোৱা হ’ল ঘৰবোৰ উকা হ’ল বাটবোৰত  পৰি ৰ’ল ঘনঘোৰ শোকৰ ছাঁ আস্ কি নীৰৱতা! মই কৈছিলোঁ তোমাৰ সৈতে সাগৰ চাবলৈ যাম তুমি মোক  […]

ড্ৰাগচৰ দাস নহ’ব ।

ৰাজ্যত দৈনিক বৃদ্ধি হ’ব ধৰিছে মাৰাত্মক ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ৷ঠায়ে ঠায়ে গঢ় লৈ উঠা দৃষ্টিগোচৰ হ’ব ধৰিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা৷আংশিক লক্‌ডাউনৰ উক্ত সময়চোৱাত বহুসংখ্যক স্বাৰ্থলোভিয়েই নামি পৰা পৰিলক্ষিত হৈছে এই নিষিদ্ধ বেহা তথা বহু যুৱক যুৱতিও সোমাই পৰিছে এই মৰাত্মক ড্ৰাগছৰ গ্ৰাসত৷সেয়েহে, আজি গোলাঘাট আৰক্ষীয়ে মৰাত্মক […]

Uncategorized
0 00 1 min 1 mth

মুকালমুৱাত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াক বিদায় সম্বৰ্ধনা।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া কংকণ শৰ্মাই আজি চৰকাৰী নিৰ্দেশমৰ্মে “বৰক্ষেত্ৰী ৰাজহ চক্ৰ”ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়। উল্লেখ্য যে তেখেত পশ্চিম কাৰ্বি আংলং লৈ SDO সদৰ হিচাপে বদলি হয়।২০২০ চনৰ ১৮ ফেব্ৰুৱাৰীত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰা ৰাজহ চক্ৰ বিষয়া কঙ্কণ শৰ্মাই […]

Uncategorized
0 00 1 min 1 mth

বৰক্ষেত্ৰী ঘোগা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৷পঞ্চায়ত সভানেত্ৰীসহ পাঁচ গৰাকী ৱাৰ্ড সদস্যৰ সংবাদমেল ।

বৰক্ষেত্ৰী ঘোগা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৷পঞ্চায়ত সভানেত্ৰীসহ পাঁচ গৰাকী ৱাৰ্ড সদস্যৰ সংবাদমেল ৷ 8নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ঘোগা গাঁও পঞ্চায়তৰ অন্তৰ্গত লাওতোলা গাঁওত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ কৰা ঘটনাৰ পিছত একাংশই নিকৃষ্ট ৰাজনীতিৰ প্ৰশ্ৰয় লোৱাৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ সভানেত্ৰী ৰিজুমা বেগমে ৷ […]

Uncategorized

আবেলিৰ বেলিটোৱে তোমাৰ কথাকে কৈ যায়

0 00 4 yrs 15

আনদিনাৰ দৰে আজিয়ো আহিছোঁ আঁহতজোপাৰ তললৈআবেলিৰ সময়কণ উপভোগ কৰিবলৈ,মনত মোৰ চৰম প্ৰাপ্তিক্ষন্তেক সময়ৰ পাছতেই শুনিবলৈ পামবেলিটোৰ মুখত তোমাৰ কথা,অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ সেই সময়খিনিলৈ…..পথাৰৰ সেউজীয়া শস্যবোৰএতিয়া নিমাত হৈ পৰিছেসিহঁতৰো ছাগে বহু আশা আছিলসূৰ্যাস্তৰ দৃশ্যটো উপভোগ কৰিবলৈ,কিন্তু সিহঁতৰ ভাষা বুজিবই বা কোনে….নদীখনৰ সিপাৰে থকা হাবিখনৰপৰাজয়াল ফেঁচাৰ […]

কবিতা
0 00 1 min 6 yrs 14

প্ৰেম : এক অনুভৱ

অষ্টমমান শ্ৰেণীতথাকোঁতে মই প্ৰেমতপৰিছিলোঁ ।সংগীতাৰ প্ৰেমত ।তাই সূদুৰ শিৱসাগৰৰছোৱালী ।গণেশগুৰিৰমোমায়েকৰ ঘৰতথাকি পঢ়িছিল।তাইৰ নীলা চকুযুৰিত কিবা একমোহনীয়া যাদু আছিল য’ত মইনিজকে হেৰুৱাই পেলাইছিলোঁ ।কোনোদিনে ছোৱালীৰচকুলৈ চাব নোৱাৰা মইহেনল’ৰাটো কেনেকৈ যে সংগীতাৰপ্ৰেমত পাগলহৈ গৈছিলো আজিয়ো বুজি নাপাওঁ। এটা কথা মইভালদৰে জানিছিলোঁ যে মোৰমা-দেউতায়ে আমাৰসম্পৰ্কটো সহজভাবে মানি ল’বনোৱাৰিব […]

গল্প
0 00 6 yrs 16

দীঘলীপুখুৰী আজি কাৰ প্ৰতীক্ষাত

দীঘলীপুখুৰী ,তোমাৰ আকাশত শব্দ গজিছে, সেইবোৰ কিছুসময়ৰ পাছতেই নামি আহিবমুষলধাৰে তোমাৰ বুকুলৈ, শব্দবোৰ আনন্দৰ মাজত অজানিতেই সৃষ্টি হল , মতলীয়া হৈ তুমি তেতিয়া সেইবোৰ কথা পাহৰি গৈছিলা , এতিয়া ইয়াক বাধা দিয়াৰ কোনো উপায় নাই, বৰ্তমান সিঁহতগজগজীয়া ! মোৰ ভয় হৈছেকিজানি তুমি সূৰ্যৰ পোহৰতধৰা পৰি […]

কবিতা
0 00 1 min 6 yrs 14

কবিতা : গোপনে-গোপনে

তুমি যেতিয়া মোৰ কাষলৈ আহা, তেতিয়া মই অনুভৱ কৰোঁসুগন্ধি প্ৰেমৰ সুবাস,মই তোমাতেই বিলীন হৈ যাওঁগোপনে-গোপনে…… তোমাৰ কথা যেতিয়ামোৰ মনলৈ আহেতেতিয়া মই আনন্দতমতলীয়া হৈ পৰোঁ,হৃদয়ৰ ফুলনিত ফুলি উঠেএপাহি ৰঙা গোলাপগোপনে-গোপনে… তুমি যেতিয়া মোৰকাষৰপৰা আতৰি যোৱাতেতিয়া নিজকে মোৰবোবা যেন লাগে,যেন হেৰাই যাব শত-শহস্ৰৰঙা গোলাপৰ সুবাসগোপনে-গোপনে ।।

কবিতা
0 00 1 min 7 yrs 15

হত্যা আৰু আত্মহত্যা (পৰেশ আকাশৰ তিনি মিনিটৰ গল্প)

মই সাৰ পাই গ’লো । বাহিৰলৈ আহি দেখোঁ ফৰিংফুটা জোনাক । মনটো ভাল লাগি গ’ল । আগতে কোনোদিন এনে অনুভৱ হোৱা নাছিল । কিয়নো জীৱনত প্ৰথমবাৰৰ বাবে আজিহে নিশা তিনিবজাত বিছনাৰপৰা উঠিছোঁ । কি মন গ’ল নাযানো গেটখন খুলি বাহিৰলৈ বুলি আগুৱাই গ’লোঁ । সেমেকা […]

Uncategorized
0 00 1 min 8 yrs 16

তোমাৰ স’তে

মোৰ চৌপাশে বিয়পি পৰিছিল তোমাৰ শৰীৰৰ সৌৰভ, নাকত বাৰে-বাৰে খুন্দিয়াইছিল যেন মই সৰগত কোনোবা অপেশ্বৰীৰ স’তে.., তোমাৰ মৰমলগা চুলিবোৰ বৰকৈ তিতিছিল, গালেৰে নিগৰি আহিছিল জিলিকি থকা পানীৰ টোপাল । সেইবোৰে তোমাৰ গাভৰু দেহত উপৰ্যুপৰি চুম্বণ কৰিছিল, লাজ-লাজ চাৱনিৰে মই নজনাকৈ চাইছিলা তুমি । তোমাৰ কোমল […]

কবিতা