H TIMES

0 00 1 min 2 mths

অসম চৰকাৰৰ ২৬৪৪১টা ৩য় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ পৰীক্ষাৰ দিন ঘোষণা।

ঘোষণা কৰা হ’ল অসম চৰকাৰৰ ৩য় আৰু চতুৰ্থ শ্ৰেণীৰ ( Assam Direct Recruitment ) পদৰ পৰীক্ষাৰ দিন ।চতুৰ্থ শ্ৰেণীৰ প্ৰাৰ্থীৰ পৰীক্ষাৰ দিন ৭/০৮/২০২২ আৰু তৃতীয় শ্ৰেণীৰ প্ৰাৰ্থীৰ পৰীক্ষাৰ দিন ২১/০৮/২০২২

Regional
0 00 2 mths

কপিলীৰ পানীয়ে উটুৱাই লৈ গ’ল এজনক ।

সোমবাৰৰ সন্ধিয়া কামপুৰৰ ঘিলানী আটি গাঁৱত এক শোকাবহ ঘটনা সংঘটিত হয়। জানিব পৰা মতে বেজিয়া দাস নামৰ প্ৰায় চল্লিশ বছৰীয়া লোকজনে দিনৰ ভাগত বজাৰ  কৰিবৰ বাবে গৈছিল। কিন্তু পথটো কপিলীৰ বাঢ়নি পানীত ডুব গৈ থকাত লোকজন সন্ধিয়া সময়ত ঘৰলৈ বুলি আহি থকাৰ সময়ত পানীয়ে উটুৱাই […]

Regional
0 00 1 min 2 mths

সপোনবোৰ এনেকৈয়ে হেৰাই যায় ।

ছিপাঝাৰত শিহৰণকাৰী ভয়াবহ পথ দুৰ্ঘটনা । যমদূত ৰূপী ট্ৰাকে নিমিষতে থান-বান কৰিলে মৰ্ণিং ৱাকৰ বাবে যোৱা কেইবাজনৰো সপোন ।মঙ্গলবাৰে ৰাতিপুৱা প্ৰায় ৫.৩০ বজাত তীব্ৰ বেগত অহা ট্ৰাকে পচণ্ড জোৰত খুন্দিয়াই ৮ জনকতাৰে ভিতৰত তিনি গৰাকী লোকে থিতাতে শেষ নিশ্বাস ত্যাগ কৰে আৰু পৰৱৰ্তী সময়ত আন […]

Regional
0 00 1 min 5 yrs

ৰহস্য গল্প (মনোজ ভেনাচ)

(এক) “………ফুলমনি এটা পুৰণি ৰেল-ষ্টেছন। দিনটোত এখন বা দুখন ৰেলগাড়ীহে তাত ৰয়। ষ্টেছনৰ পাছফালেই বঙলাটো। নতুন ষ্টেছন মাষ্টাৰ নিলয়ে সেই বঙলাটোতে থকাৰ দিহা কৰিলে। প্ৰথম নিশা। বাহিৰতে খাই বৈ আহি দুৱাৰখন খোলোতেই হিমশীতল বতাহ এজাকে নিলয়ক স্পৰ্শ কৰি গ‘ল। দুৱাৰখন খোলোতে হোৱা কেৰ্ কেৰ্ শব্দটোৱে […]

তুমি হেৰাই নাযাবা এই পৃথৃৱীৰপৰা

0 00 1 min 5 yrs 102

এজাক কিনকিনীয়া বৰষুণৰ দৰে,সোমাই আহিছিল তাইমোৰ বুকুৰ মাজলৈ ,ঠিক শীতৰ সেমেকা শেৱালীৰ দৰেইতাইৰ দুচকু সেমেকি আছিলআৰু তাত অযুত সাঁথৰ….লাহে-লাহে তাইৰ দুচকুৰপৰা নিগৰি আহিছিলএটোপাল-দুটোপালকি হাজাৰটোপাল অশ্ৰুঠিক নিয়ৰৰ টোপালবোৰৰ দৰেই….তাইক অভিমানী যেন লাগিছিলযেন মোক নামাতিবই ,নমতাকৈয়ে থাকি যাব চিৰদিন মোৰ কাষত….বহু চেষ্টা কৰিছিলোঁঅভিমানৰ ডাৱৰবোৰ ভাঙিবলৈমোৰ হৃদয়ৰ ভাষাৰে…অবশেষত […]

কবিতা
0 00 5 yrs 95

তুমি মৰিচীকা……

পৰেশ আকাশ তোমাৰ হৃদয়ৰ সেউজীয়া ঘাঁহনিডৰাতমোৰ হৃদয়ত ফুলাৰ দৰে,ফুলিছেনে কেতিয়াবা সূৰুযমুখী ফুল….সুবাসে আমোলমোলায়মোৰ হৃদয়ৰ চৌদিশসূৰুযমুখী ফুলিলে,তুমি বাৰু সুবাসৰ উমান পোৱানেমোৰ কাষেৰে গলে….জীৱনৰ বাটতআগুৱাই যাওঁভাবি যাওঁ মাথোঁ তোমাৰ কথাই,এনে লাগে যেন মই মৰুভুমিত বিচৰণ কৰিছোঁআৰু তুমি মৰিচীকা..

কবিতা
0 00 5 yrs 102

আবেলিৰ বেলিটোৱে তোমাৰ কথাকে কৈ যায়

আনদিনাৰ দৰে আজিয়ো আহিছোঁ আঁহতজোপাৰ তললৈআবেলিৰ সময়কণ উপভোগ কৰিবলৈ,মনত মোৰ চৰম প্ৰাপ্তিক্ষন্তেক সময়ৰ পাছতেই শুনিবলৈ পামবেলিটোৰ মুখত তোমাৰ কথা,অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ সেই সময়খিনিলৈ…..পথাৰৰ সেউজীয়া শস্যবোৰএতিয়া নিমাত হৈ পৰিছেসিহঁতৰো ছাগে বহু আশা আছিলসূৰ্যাস্তৰ দৃশ্যটো উপভোগ কৰিবলৈ,কিন্তু সিহঁতৰ ভাষা বুজিবই বা কোনে….নদীখনৰ সিপাৰে থকা হাবিখনৰপৰাজয়াল ফেঁচাৰ […]

কবিতা
0 00 1 min 7 yrs 104

প্ৰেম : এক অনুভৱ

অষ্টমমান শ্ৰেণীতথাকোঁতে মই প্ৰেমতপৰিছিলোঁ ।সংগীতাৰ প্ৰেমত ।তাই সূদুৰ শিৱসাগৰৰছোৱালী ।গণেশগুৰিৰমোমায়েকৰ ঘৰতথাকি পঢ়িছিল।তাইৰ নীলা চকুযুৰিত কিবা একমোহনীয়া যাদু আছিল য’ত মইনিজকে হেৰুৱাই পেলাইছিলোঁ ।কোনোদিনে ছোৱালীৰচকুলৈ চাব নোৱাৰা মইহেনল’ৰাটো কেনেকৈ যে সংগীতাৰপ্ৰেমত পাগলহৈ গৈছিলো আজিয়ো বুজি নাপাওঁ। এটা কথা মইভালদৰে জানিছিলোঁ যে মোৰমা-দেউতায়ে আমাৰসম্পৰ্কটো সহজভাবে মানি ল’বনোৱাৰিব […]

গল্প
0 00 7 yrs 98

দীঘলীপুখুৰী আজি কাৰ প্ৰতীক্ষাত

দীঘলীপুখুৰী ,তোমাৰ আকাশত শব্দ গজিছে, সেইবোৰ কিছুসময়ৰ পাছতেই নামি আহিবমুষলধাৰে তোমাৰ বুকুলৈ, শব্দবোৰ আনন্দৰ মাজত অজানিতেই সৃষ্টি হল , মতলীয়া হৈ তুমি তেতিয়া সেইবোৰ কথা পাহৰি গৈছিলা , এতিয়া ইয়াক বাধা দিয়াৰ কোনো উপায় নাই, বৰ্তমান সিঁহতগজগজীয়া ! মোৰ ভয় হৈছেকিজানি তুমি সূৰ্যৰ পোহৰতধৰা পৰি […]

কবিতা
0 00 1 min 7 yrs 99

কবিতা : গোপনে-গোপনে

তুমি যেতিয়া মোৰ কাষলৈ আহা, তেতিয়া মই অনুভৱ কৰোঁসুগন্ধি প্ৰেমৰ সুবাস,মই তোমাতেই বিলীন হৈ যাওঁগোপনে-গোপনে…… তোমাৰ কথা যেতিয়ামোৰ মনলৈ আহেতেতিয়া মই আনন্দতমতলীয়া হৈ পৰোঁ,হৃদয়ৰ ফুলনিত ফুলি উঠেএপাহি ৰঙা গোলাপগোপনে-গোপনে… তুমি যেতিয়া মোৰকাষৰপৰা আতৰি যোৱাতেতিয়া নিজকে মোৰবোবা যেন লাগে,যেন হেৰাই যাব শত-শহস্ৰৰঙা গোলাপৰ সুবাসগোপনে-গোপনে ।।

কবিতা
0 00 1 min 9 yrs 99

হত্যা আৰু আত্মহত্যা (পৰেশ আকাশৰ তিনি মিনিটৰ গল্প)

মই সাৰ পাই গ’লো । বাহিৰলৈ আহি দেখোঁ ফৰিংফুটা জোনাক । মনটো ভাল লাগি গ’ল । আগতে কোনোদিন এনে অনুভৱ হোৱা নাছিল । কিয়নো জীৱনত প্ৰথমবাৰৰ বাবে আজিহে নিশা তিনিবজাত বিছনাৰপৰা উঠিছোঁ । কি মন গ’ল নাযানো গেটখন খুলি বাহিৰলৈ বুলি আগুৱাই গ’লোঁ । সেমেকা […]

Uncategorized
0 00 1 min 9 yrs 105

তোমাৰ স’তে

মোৰ চৌপাশে বিয়পি পৰিছিল তোমাৰ শৰীৰৰ সৌৰভ, নাকত বাৰে-বাৰে খুন্দিয়াইছিল যেন মই সৰগত কোনোবা অপেশ্বৰীৰ স’তে.., তোমাৰ মৰমলগা চুলিবোৰ বৰকৈ তিতিছিল, গালেৰে নিগৰি আহিছিল জিলিকি থকা পানীৰ টোপাল । সেইবোৰে তোমাৰ গাভৰু দেহত উপৰ্যুপৰি চুম্বণ কৰিছিল, লাজ-লাজ চাৱনিৰে মই নজনাকৈ চাইছিলা তুমি । তোমাৰ কোমল […]

কবিতা