H TIMES

0 00 1 min 4 dys

কেইটামান অসমীয়া সাঁথৰ ।

১) ক’ৰবালৈ গ’লে লগতে যায় উভতি চালে কোনোৱেই নাই । উত্তৰ:- ছাঁ । ২) এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।উত্তৰঃ আঙুলি । ৩) এজনী ক’লী গাই সাতখন পথাৰত ধান খায় ।উত্তৰ:- কাঁচি । ৪) বাঁহ খায়, কাঠ খায়,পানী পালে মৰি যায় ।উত্তৰ:-জুই । […]

Regional
0 00 2 min 6 dys

The Indian states and their capitals.

India has 28 states and 8 union territories. The capitals of Indian states and union territories are mentioned below. Capital of Andhra Pradesh is Amaravati Capital of Arunachal Pradesh is Itanagar Capital of Assam is Dispur Capital of Bihar is Patna Capital of Chhattisgarh is Raipur Capital of Goa is Panaji Capital […]

Regional
Upsc
0 00 1 min 2 weeks

উজ্বলিল অসম কন্যা নিবেদিতা।

কোনো ক’চিং নকৰাকৈয়ো যে UPSC ত সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে অসম জীয়ৰী নিবেদিতা দাসে । UPSC ত অৱতীৰ্ণ হ’বৰ বাবে নিবেদিতাই চাকৰি এৰি ঘৰতে নেৰানেপেৰাকৈ অধ্যয়ন কৰিছিল। তেওঁ ৮৪৮ নং স্থান দখল কৰিবলৈ সক্ষম হয়।

Regional
0 00 1 min 5 yrs

ৰহস্য গল্প (মনোজ ভেনাচ)

(এক) “………ফুলমনি এটা পুৰণি ৰেল-ষ্টেছন। দিনটোত এখন বা দুখন ৰেলগাড়ীহে তাত ৰয়। ষ্টেছনৰ পাছফালেই বঙলাটো। নতুন ষ্টেছন মাষ্টাৰ নিলয়ে সেই বঙলাটোতে থকাৰ দিহা কৰিলে। প্ৰথম নিশা। বাহিৰতে খাই বৈ আহি দুৱাৰখন খোলোতেই হিমশীতল বতাহ এজাকে নিলয়ক স্পৰ্শ কৰি গ‘ল। দুৱাৰখন খোলোতে হোৱা কেৰ্ কেৰ্ শব্দটোৱে […]

​হৃদয়বোৰ কাঠৰনে শিলৰ?????

0 00 1 min 5 yrs 158

হৃদয়বোৰ সাধাৰণতে কিহেৰে গঠিতআপুনি জানেনেকি ??মই ভালদৰে নাজানোআপুনি জানে যদি ক’বচোন ,প্ৰথমে তেওঁৰ বিষয়ে শুনি লওক আৰু জানি লওকতাৰপিছত মোক ক’ব,আপুনি যদি তেওঁৰ বাবে মৰিয়ো যাইতথাপিয়ো তেওঁৰ হৃদয় নগলে;আপুনি যদি তেওঁৰ বাবে নোখোৱা-নোবোৱাকৈদিন ৰাতিয়ো একাকাৰ কৰি দিয়েতথাপিয়ো তেওঁৰ হৃদয় নগলে ,কিমান যে কাকূতি কৰিলোঁতথাপিয়ো এবাৰ […]

কবিতা
0 00 1 min 5 yrs 167

একমিনিটৰ গল্পঃ হত্যা

আজি প্ৰায় তিনিমান বজাত মই সাৰপাই গ’লো ।বাহিৰলৈ আহি দেখোঁফৰিংফুটা। মনটো ভাল লাগি গ’ল ।আগতে কোনোদিন এনে অনুভৱহোৱা নাছিল । কিয়নোজীৱনত প্ৰথমবাৰৰবাবে আজিহেনিশা তিনিবজাতবিছনাৰপৰা উঠিছোঁ ।কি মন গ’ল নাযানোগেটখনখুলি বাহিৰলৈ বুলি আগুৱাইগ’লোঁ ।সেমেকা বতাহ এজাকে সমগ্ৰশৰীৰ চুই গ’ল ।আনন্দতে গুণগুণাইগান গাবৰ মন গ’ল ।আহি আহি […]

গল্প
0 00 1 min 5 yrs 154

প্ৰতাৰণা : হৃদয়বিদাৰক প্ৰেম কাহিনী

এটা ল’ৰা আৰু এজনী ছোৱালীৰ মাজত এক গভীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । লৰাটোৱে ছোৱালীজনীক নিজৰ জীৱনটোতকৈয়ো বেছি ভাল পাইছিল আৰু তাইক সকলোতকৈ বেছি গুৰুত্ব দিবলৈ ধৰিছিল  । মুঠতে খোৱা বোৱা পঢ়া শুনা সকলোবোৰতেই care লৈছিল  কিন্ত এটা কথা মন কৰিব লগীয়া যে যেতিয়াই আপুনি […]

গল্প
0 00 1 min 5 yrs 156

তোমাক ভালপোৱাৰ অযুত আশা

বাৰে-বাৰেতোমাৰ প্ৰেমত পৰোঁ ,অজানিতে ….কেতিয়াবা মনতখেলিমেলি লাগে,তোমাক ভালপাওঁ বাবেইতুমি ধুনীয়া নেধুনীয়া বাবে ভালপাওঁতোমাক ।এটা কথা ভালদৰে জানোযে,মই ভালপাওঁ বাবেইতোমাৰ অভিমান বাঢ়ে,সাগৰফেনা বঢ়াৰ দৰে ।বুকুত মোৰ অযুত আশাসেয়া তুমি বুজিয়ো নুবুজা,বিয়পাই দিয়া চৌপাশেমোৰনিৰাশাৰ অলেখ ডাৱৰ ,তথাপিয়ো ভালপাওঁ তোমাক ।

কবিতা
0 00 1 min 5 yrs 157

দুৰ্ভগীয়া মানুহ

                                                                   এজন                        […]

কবিতা
0 00 1 min 5 yrs 156

পৰেশ আকাশৰ গল্প: পৰী

-EXCUSE ME-হয় জনাব ।-যদি বেয়া নাপায় তেন্তে…-তেন্তে কি…-(কিছু সময় নিমাত)-কি ক’ববিছাৰিছে সোনকালে নকয় কিয়। মোৰ ক্লাছলৈ যাব লাগে ।:মানে কথাটো হ’লযদি বেয়া নোপোৱা তেন্তে তোমাৰনামটো ….:অ সেইটো কথা । বেয়া নাপাওঁবাৰু কিন্তু কিয় লাগে আপোনাকমোৰ নাম ?:আজি বহুদিনৰপৰা তোমাকদেখি আছোঁ যে সেয়ে তোমাৰনামটো জানিবৰ মন […]

গল্প
0 00 1 min 5 yrs 123

বজৰং ভাই

ঠাইডোখৰৰ নাম পেঞ্চন অফিচ বুলি ক’লে চহৰখনত চিনি নোপোৱা মানুহ খুব কমেই ওলাব । আজিৰপৰা প্ৰায় বিশবছৰমান আগতে ঠাইখনৰ বেছিভাগ অংশই হাবিৰে আৱৰি আছিল ।ৰাস্তাইদি গাড়ী-মটৰো খুব কমকৈ চলিছিল । বৰ্ত্তমান ঠাইখনত শাৰী-শাৰী গগনচুম্বী অট্টালিকা আৰু ৰাস্তাইদি লানি নিছিগা গাড়ী । পেঞ্চন অফিচলৈ সুমাই যোৱা […]

গল্প
0 00 1 min 5 yrs 173

তুমি হেৰাই নাযাবা এই পৃথৃৱীৰপৰা

এজাক কিনকিনীয়া বৰষুণৰ দৰে,সোমাই আহিছিল তাইমোৰ বুকুৰ মাজলৈ ,ঠিক শীতৰ সেমেকা শেৱালীৰ দৰেইতাইৰ দুচকু সেমেকি আছিলআৰু তাত অযুত সাঁথৰ….লাহে-লাহে তাইৰ দুচকুৰপৰা নিগৰি আহিছিলএটোপাল-দুটোপালকি হাজাৰটোপাল অশ্ৰুঠিক নিয়ৰৰ টোপালবোৰৰ দৰেই….তাইক অভিমানী যেন লাগিছিলযেন মোক নামাতিবই ,নমতাকৈয়ে থাকি যাব চিৰদিন মোৰ কাষত….বহু চেষ্টা কৰিছিলোঁঅভিমানৰ ডাৱৰবোৰ ভাঙিবলৈমোৰ হৃদয়ৰ ভাষাৰে…অবশেষত […]

কবিতা
0 00 5 yrs 158

তুমি মৰিচীকা……

পৰেশ আকাশ তোমাৰ হৃদয়ৰ সেউজীয়া ঘাঁহনিডৰাতমোৰ হৃদয়ত ফুলাৰ দৰে,ফুলিছেনে কেতিয়াবা সূৰুযমুখী ফুল….সুবাসে আমোলমোলায়মোৰ হৃদয়ৰ চৌদিশসূৰুযমুখী ফুলিলে,তুমি বাৰু সুবাসৰ উমান পোৱানেমোৰ কাষেৰে গলে….জীৱনৰ বাটতআগুৱাই যাওঁভাবি যাওঁ মাথোঁ তোমাৰ কথাই,এনে লাগে যেন মই মৰুভুমিত বিচৰণ কৰিছোঁআৰু তুমি মৰিচীকা..

কবিতা
0 00 5 yrs 166

আবেলিৰ বেলিটোৱে তোমাৰ কথাকে কৈ যায়

আনদিনাৰ দৰে আজিয়ো আহিছোঁ আঁহতজোপাৰ তললৈআবেলিৰ সময়কণ উপভোগ কৰিবলৈ,মনত মোৰ চৰম প্ৰাপ্তিক্ষন্তেক সময়ৰ পাছতেই শুনিবলৈ পামবেলিটোৰ মুখত তোমাৰ কথা,অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছোঁ সেই সময়খিনিলৈ…..পথাৰৰ সেউজীয়া শস্যবোৰএতিয়া নিমাত হৈ পৰিছেসিহঁতৰো ছাগে বহু আশা আছিলসূৰ্যাস্তৰ দৃশ্যটো উপভোগ কৰিবলৈ,কিন্তু সিহঁতৰ ভাষা বুজিবই বা কোনে….নদীখনৰ সিপাৰে থকা হাবিখনৰপৰাজয়াল ফেঁচাৰ […]

কবিতা