H TIMES

0 00 1 min 6 mths

কেইটামান অসমীয়া সাঁথৰ ।

১) ক’ৰবালৈ গ’লে লগতে যায় উভতি চালে কোনোৱেই নাই । উত্তৰ:- ছাঁ । ২) এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।উত্তৰঃ আঙুলি । ৩) এজনী ক’লী গাই সাতখন পথাৰত ধান খায় ।উত্তৰ:- কাঁচি । ৪) বাঁহ খায়, কাঠ খায়,পানী পালে মৰি যায় ।উত্তৰ:-জুই । […]

Regional
0 00 2 min 6 mths

The Indian states and their capitals.

India has 28 states and 8 union territories. The capitals of Indian states and union territories are mentioned below. Capital of Andhra Pradesh is Amaravati Capital of Arunachal Pradesh is Itanagar Capital of Assam is Dispur Capital of Bihar is Patna Capital of Chhattisgarh is Raipur Capital of Goa is Panaji Capital […]

Regional
Upsc
0 00 1 min 6 mths

উজ্বলিল অসম কন্যা নিবেদিতা।

কোনো ক’চিং নকৰাকৈয়ো যে UPSC ত সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে অসম জীয়ৰী নিবেদিতা দাসে । UPSC ত অৱতীৰ্ণ হ’বৰ বাবে নিবেদিতাই চাকৰি এৰি ঘৰতে নেৰানেপেৰাকৈ অধ্যয়ন কৰিছিল। তেওঁ ৮৪৮ নং স্থান দখল কৰিবলৈ সক্ষম হয়।

Regional
0 00 1 min 6 yrs

ৰহস্য গল্প (মনোজ ভেনাচ)

(এক) “………ফুলমনি এটা পুৰণি ৰেল-ষ্টেছন। দিনটোত এখন বা দুখন ৰেলগাড়ীহে তাত ৰয়। ষ্টেছনৰ পাছফালেই বঙলাটো। নতুন ষ্টেছন মাষ্টাৰ নিলয়ে সেই বঙলাটোতে থকাৰ দিহা কৰিলে। প্ৰথম নিশা। বাহিৰতে খাই বৈ আহি দুৱাৰখন খোলোতেই হিমশীতল বতাহ এজাকে নিলয়ক স্পৰ্শ কৰি গ‘ল। দুৱাৰখন খোলোতে হোৱা কেৰ্ কেৰ্ শব্দটোৱে […]

প্ৰেম : এক অনুভৱ

0 00 1 min 8 yrs 194

অষ্টমমান শ্ৰেণীতথাকোঁতে মই প্ৰেমতপৰিছিলোঁ ।সংগীতাৰ প্ৰেমত ।তাই সূদুৰ শিৱসাগৰৰছোৱালী ।গণেশগুৰিৰমোমায়েকৰ ঘৰতথাকি পঢ়িছিল।তাইৰ নীলা চকুযুৰিত কিবা একমোহনীয়া যাদু আছিল য’ত মইনিজকে হেৰুৱাই পেলাইছিলোঁ ।কোনোদিনে ছোৱালীৰচকুলৈ চাব নোৱাৰা মইহেনল’ৰাটো কেনেকৈ যে সংগীতাৰপ্ৰেমত পাগলহৈ গৈছিলো আজিয়ো বুজি নাপাওঁ। এটা কথা মইভালদৰে জানিছিলোঁ যে মোৰমা-দেউতায়ে আমাৰসম্পৰ্কটো সহজভাবে মানি ল’বনোৱাৰিব […]

গল্প
0 00 8 yrs 197

দীঘলীপুখুৰী আজি কাৰ প্ৰতীক্ষাত

দীঘলীপুখুৰী ,তোমাৰ আকাশত শব্দ গজিছে, সেইবোৰ কিছুসময়ৰ পাছতেই নামি আহিবমুষলধাৰে তোমাৰ বুকুলৈ, শব্দবোৰ আনন্দৰ মাজত অজানিতেই সৃষ্টি হল , মতলীয়া হৈ তুমি তেতিয়া সেইবোৰ কথা পাহৰি গৈছিলা , এতিয়া ইয়াক বাধা দিয়াৰ কোনো উপায় নাই, বৰ্তমান সিঁহতগজগজীয়া ! মোৰ ভয় হৈছেকিজানি তুমি সূৰ্যৰ পোহৰতধৰা পৰি […]

কবিতা
0 00 1 min 8 yrs 207

কবিতা : গোপনে-গোপনে

তুমি যেতিয়া মোৰ কাষলৈ আহা, তেতিয়া মই অনুভৱ কৰোঁসুগন্ধি প্ৰেমৰ সুবাস,মই তোমাতেই বিলীন হৈ যাওঁগোপনে-গোপনে…… তোমাৰ কথা যেতিয়ামোৰ মনলৈ আহেতেতিয়া মই আনন্দতমতলীয়া হৈ পৰোঁ,হৃদয়ৰ ফুলনিত ফুলি উঠেএপাহি ৰঙা গোলাপগোপনে-গোপনে… তুমি যেতিয়া মোৰকাষৰপৰা আতৰি যোৱাতেতিয়া নিজকে মোৰবোবা যেন লাগে,যেন হেৰাই যাব শত-শহস্ৰৰঙা গোলাপৰ সুবাসগোপনে-গোপনে ।।

কবিতা
0 00 1 min 10 yrs 213

হত্যা আৰু আত্মহত্যা (পৰেশ আকাশৰ তিনি মিনিটৰ গল্প)

মই সাৰ পাই গ’লো । বাহিৰলৈ আহি দেখোঁ ফৰিংফুটা জোনাক । মনটো ভাল লাগি গ’ল । আগতে কোনোদিন এনে অনুভৱ হোৱা নাছিল । কিয়নো জীৱনত প্ৰথমবাৰৰ বাবে আজিহে নিশা তিনিবজাত বিছনাৰপৰা উঠিছোঁ । কি মন গ’ল নাযানো গেটখন খুলি বাহিৰলৈ বুলি আগুৱাই গ’লোঁ । সেমেকা […]

Uncategorized
0 00 1 min 10 yrs 214

তোমাৰ স’তে

মোৰ চৌপাশে বিয়পি পৰিছিল তোমাৰ শৰীৰৰ সৌৰভ, নাকত বাৰে-বাৰে খুন্দিয়াইছিল যেন মই সৰগত কোনোবা অপেশ্বৰীৰ স’তে.., তোমাৰ মৰমলগা চুলিবোৰ বৰকৈ তিতিছিল, গালেৰে নিগৰি আহিছিল জিলিকি থকা পানীৰ টোপাল । সেইবোৰে তোমাৰ গাভৰু দেহত উপৰ্যুপৰি চুম্বণ কৰিছিল, লাজ-লাজ চাৱনিৰে মই নজনাকৈ চাইছিলা তুমি । তোমাৰ কোমল […]

কবিতা