
Tied up with a NATIONAL MEDIA AGENCY
১) ক’ৰবালৈ গ’লে লগতে যায় উভতি চালে কোনোৱেই নাই । উত্তৰ:- ছাঁ । ২) এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।উত্তৰঃ আঙুলি । ৩) এজনী ক’লী গাই সাতখন পথাৰত ধান খায় ।উত্তৰ:- কাঁচি । ৪) বাঁহ খায়, কাঠ খায়,পানী পালে মৰি যায় ।উত্তৰ:-জুই । […]
RegionalIndia has 28 states and 8 union territories. The capitals of Indian states and union territories are mentioned below. Capital of Andhra Pradesh is Amaravati Capital of Arunachal Pradesh is Itanagar Capital of Assam is Dispur Capital of Bihar is Patna Capital of Chhattisgarh is Raipur Capital of Goa is Panaji Capital […]
Regionalকোনো ক’চিং নকৰাকৈয়ো যে UPSC ত সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে অসম জীয়ৰী নিবেদিতা দাসে । UPSC ত অৱতীৰ্ণ হ’বৰ বাবে নিবেদিতাই চাকৰি এৰি ঘৰতে নেৰানেপেৰাকৈ অধ্যয়ন কৰিছিল। তেওঁ ৮৪৮ নং স্থান দখল কৰিবলৈ সক্ষম হয়।
Regional(এক) “………ফুলমনি এটা পুৰণি ৰেল-ষ্টেছন। দিনটোত এখন বা দুখন ৰেলগাড়ীহে তাত ৰয়। ষ্টেছনৰ পাছফালেই বঙলাটো। নতুন ষ্টেছন মাষ্টাৰ নিলয়ে সেই বঙলাটোতে থকাৰ দিহা কৰিলে। প্ৰথম নিশা। বাহিৰতে খাই বৈ আহি দুৱাৰখন খোলোতেই হিমশীতল বতাহ এজাকে নিলয়ক স্পৰ্শ কৰি গ‘ল। দুৱাৰখন খোলোতে হোৱা কেৰ্ কেৰ্ শব্দটোৱে […]
১) ক’ৰবালৈ গ’লে লগতে যায় উভতি চালে কোনোৱেই নাই । উত্তৰ:- ছাঁ । ২) এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।উত্তৰঃ আঙুলি । ৩) এজনী ক’লী গাই সাতখন পথাৰত ধান খায় ।উত্তৰ:- কাঁচি । ৪) বাঁহ খায়, কাঠ খায়,পানী পালে মৰি যায় ।উত্তৰ:-জুই । […]
Regional১) ক’ৰবালৈ গ’লে লগতে যায় উভতি চালে কোনোৱেই নাই । উত্তৰ:- ছাঁ । ২) এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।উত্তৰঃ আঙুলি । ৩) এজনী ক’লী গাই সাতখন পথাৰত ধান খায় ।উত্তৰ:- কাঁচি । ৪) বাঁহ খায়, কাঠ খায়,পানী পালে মৰি যায় ।উত্তৰ:-জুই । […]
Regional১) ক’ৰবালৈ গ’লে লগতে যায় উভতি চালে কোনোৱেই নাই । উত্তৰ:- ছাঁ । ২) এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।উত্তৰঃ আঙুলি । ৩) এজনী ক’লী গাই সাতখন পথাৰত ধান খায় ।উত্তৰ:- কাঁচি । ৪) বাঁহ খায়, কাঠ খায়,পানী পালে মৰি যায় ।উত্তৰ:-জুই । […]
RegionalIndia has 28 states and 8 union territories. The capitals of Indian states and union territories are mentioned below. Capital of Andhra Pradesh is Amaravati Capital of Arunachal Pradesh is Itanagar Capital of Assam is Dispur Capital of Bihar is Patna Capital of Chhattisgarh is Raipur Capital of Goa is Panaji Capital […]
Regionalকোনো ক’চিং নকৰাকৈয়ো যে UPSC ত সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে অসম জীয়ৰী নিবেদিতা দাসে । UPSC ত অৱতীৰ্ণ হ’বৰ বাবে নিবেদিতাই চাকৰি এৰি ঘৰতে নেৰানেপেৰাকৈ অধ্যয়ন কৰিছিল। তেওঁ ৮৪৮ নং স্থান দখল কৰিবলৈ সক্ষম হয়।
Regional(এক) “………ফুলমনি এটা পুৰণি ৰেল-ষ্টেছন। দিনটোত এখন বা দুখন ৰেলগাড়ীহে তাত ৰয়। ষ্টেছনৰ পাছফালেই বঙলাটো। নতুন ষ্টেছন মাষ্টাৰ নিলয়ে সেই বঙলাটোতে থকাৰ দিহা কৰিলে। প্ৰথম নিশা। বাহিৰতে খাই বৈ আহি দুৱাৰখন খোলোতেই হিমশীতল বতাহ এজাকে নিলয়ক স্পৰ্শ কৰি গ‘ল। দুৱাৰখন খোলোতে হোৱা কেৰ্ কেৰ্ শব্দটোৱে […]
১) ক’ৰবালৈ গ’লে লগতে যায় উভতি চালে কোনোৱেই নাই । উত্তৰ:- ছাঁ । ২) এঙা এঙা এঙা একেটা ডালতে পাচোঁটা টেঙা ।উত্তৰঃ আঙুলি । ৩) এজনী ক’লী গাই সাতখন পথাৰত ধান খায় ।উত্তৰ:- কাঁচি । ৪) বাঁহ খায়, কাঠ খায়,পানী পালে মৰি যায় ।উত্তৰ:-জুই । […]
RegionalIndia has 28 states and 8 union territories. The capitals of Indian states and union territories are mentioned below. Capital of Andhra Pradesh is Amaravati Capital of Arunachal Pradesh is Itanagar Capital of Assam is Dispur Capital of Bihar is Patna Capital of Chhattisgarh is Raipur Capital of Goa is Panaji Capital […]
Regionalকোনো ক’চিং নকৰাকৈয়ো যে UPSC ত সফলতা লাভ কৰিব পাৰি এই কথা প্ৰমাণ কৰি দেখুৱালে অসম জীয়ৰী নিবেদিতা দাসে । UPSC ত অৱতীৰ্ণ হ’বৰ বাবে নিবেদিতাই চাকৰি এৰি ঘৰতে নেৰানেপেৰাকৈ অধ্যয়ন কৰিছিল। তেওঁ ৮৪৮ নং স্থান দখল কৰিবলৈ সক্ষম হয়।
Regionalঅসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক বীৰ লাচিত বৰফুকন আৰু অসমৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈক আজি নলবাৰী জিলা সাংবাদিক সন্থাই শ্ৰদ্ধাৰে সুঁৱৰি জিলা সাংবাদিক সন্থাৰ নতুন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ নলবাৰী জিলাৰ মুকালমুৱাস্থিত ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ […]
Regionalঅসমীয়া জাতিৰ বীৰত্বৰ প্ৰতীক বীৰ লাচিত বৰফুকন আৰু অসমৰ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈক আজি নলবাৰী জিলা সাংবাদিক সন্থাই শ্ৰদ্ধাৰে সুঁৱৰি জিলা সাংবাদিক সন্থাৰ নতুন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ নলবাৰী জিলাৰ মুকালমুৱাস্থিত ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাৰ পূৰ্বেই বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উদয় শংকৰ দত্তই ৷ অসমীয়া জাতিয়ে চিৰদিন চিৰকাল গৌৰৱ কৰিব পৰা বীৰ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ৷ নলবাৰী জিলা সাংবাদিক সন্থাৰ যুতীয়া সাধাৰণ সম্পাদক বসন্ত দাসে আঁত ধৰা সোঁৱৰণি অনুষ্ঠানটোত উপন্যাসক সম্ৰাট, জোনাকী যুগৰ সাহিত্যিক,সাংবাদিক ৰজনীকান্ত বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে ৷ ঔপন্যাসিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে ৷ তদুপৰি নলবাৰী জিলাৰ প্ৰথম গৰাকী সাংবাদিক বিহগী কবি ৰঘুনাথ চৌধাৰীৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোবিন্দ কলিতাই, মাল্যৰ্পণ কৰে নলবাৰী জিলাৰ সাংবাদিক সন্থাৰ নৱনিৰ্বাচিত সভাপতি ৰাজেন ডেকাই ৷ অসম গৌৰৱ তিনিওগৰাকী ব্যক্তিৰ প্ৰতিচ্ছবিত সমূহীয়া পুস্পাঞ্জলি অনুষ্ঠান মুকলি কৰে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস তালুকদাৰে ৷ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী সভাকক্ষত নলবাৰী জিলা সাংবাদিক সন্থাৰ বিদায়ী সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় নলবাৰী জিলা সাংবাদিক সন্থাৰ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভা ৷ ন-পুৰণি কাৰ্যনিৰ্বাহকৰ প্ৰাৰম্ভিক সভাত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ পৰা নৱনিৰ্বাচিত সভাপতি ৰাজেন ডেকাসহ নতুন সমিতিৰ বিষয়ববীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে ৷
মুকালমুৱাৰ পৰা সমৰজিত পাঠক
বঙাইগাঁওৰ বাবে বিশেষ ঘোষণাক/ অসম চৰকাৰে কিছুদিন পূৰ্বে ৬খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আজি ইয়াৰ লগতে সপ্তম খন বঙাইগাঁও মহাবিদ্যালয়ক তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে।খ/ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আগন্তুক ৪,৫ মাহৰ ভিতৰত আৰম্ভ হব। ইয়াৰ বাবে […]
Regional১/ ৰাষ্ট্রীয় শিক্ষানীতিক অনুকৰণৰ এক বলিষ্ঠ পদক্ষেপ স্বৰূপে অসমৰ শিক্ষা ব্যৱস্থা আৰু পাঠ্যপুথি সমূহক নতুন ৰূপত সজাই তোলা হব। আৰম্ভণিৰে পৰা দ্বাদশ শ্ৰেণীলৈ ১৫টা শিক্ষা বৰ্ষত বিভক্ত এই শিক্ষা প্ৰণালীৰ প্ৰথম পাছ বৰ্ষক বুনিয়াদী হিচাপে, ইয়াৰ পাছৰ তিনি বৰ্ষক প্ৰস্তুতি পৰ্ব হিচাপে, ইয়াৰ তিনিবৰ্ষ প্ৰাথমিক শিক্ষা বৰ্ষ মধ্যম বৰ্গ হিচাপে আৰু শেষৰ চাৰি বৰ্ষক উচ্চতৰ মাধ্যমিক হিচাপে চিহ্নিত কৰা হব।
২/ অসমৰ সত্ৰ সমূহক বেদখলৰ পৰা মুক্ত কৰাৰ স্বাৰ্থত সত্ৰ সমূহত বেদখলত থকা মাটিৰ হিচাপ পৰীক্ষা আৰু ৰাজহুৱা শুনানিৰ বাবে প্ৰাক্তন মন্ত্ৰী প্ৰদীপ হাজৰিকা দেৱৰ নেতৃত্বত খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া দেৱ আৰু নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা দেৱক সদস্য হিচাপে লৈ এখন সমিতি গঠন কৰা হয়। এই সমিতি খনৰ এক বছৰীয়া কাৰ্যকালৰ বাবে প্ৰদীপ হাজৰিকা দেৱে কেবিনেট মৰ্য্যদা আৰু বাকী দুজন সদস্যই ৰাজ্যিক মন্ত্ৰী মৰ্যাদা লাভ কৰিব।
৩/ পিতৃ-মাতৃ অথবা শহুৰ-শাহুৰৰ সৈতে সময় অতিবাহিত কৰিবৰ বাবে অহা ৬, ৭, ৮, ৯জানুৱাৰী তাৰিখে সকলো পৰ্যায়ৰ কৰ্মচাৰী তথা প্ৰশাসনিক বিষয়া আৰু মন্ত্ৰী সকলৰ বাবে বাবে অসম চৰকাৰে অতিৰিক্ত চুটি মঞ্জুৰ কৰিছে। পিতৃ-মাতৃ অথবা শহুৰ- শাহুৰ জীৱিত নথকা আৰু তেওঁলোকৰ সৈতে সময় অতিবাহিত কৰিবলৈ নিবিচৰা লোক সকলে এই চুটি নাপাব। উক্ত দিন কেইটাত আৰক্ষী আৰু জৰুৰীকালীন সেৱাৰ ডিউটি থকা লোক সকলে এই চুটি পৰৱৰ্তী সময়ত লব পাৰিব
৪/ বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উপলক্ষে বীৰ জনাৰ মহান কৰ্মৰাজিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তোলাৰ লক্ষ্যৰে এবছৰীয়া গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী লোৱা হব। ইয়াৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে বিশেষ দায়িত্ব লব।
৫/ অসম চৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চাকৰিৰ বাবে তথা চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষাৰ বাবে মাতৃভাষাৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্থান লাভৰ সহায়ক হোৱাকৈ এক যুৱ আয়োগ গঠনৰ সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হয় । এই আয়োগে প্ৰতিখন জিলাৰে ১০০ গৰাকীকৈ ছাত্ৰ ছাত্ৰীক দেশৰ উন্নতমানদণ্ডৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।
৬/ বিদেশী বহিস্কাৰ আন্দোলনত শ্বহীদ হোৱা অথবা ঘুণীয়া হোৱা লোক সকলৰ পৰিয়ালৰ নিৰন্তৰ সহায়ৰ বাবে অসম চৰকাৰে এক ৫ কোটি টকা প্ৰদানেৰে এক নতুন ন্যাস নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে। "Trust for welfare for victims of Assam Agitation and their Family" নামৰ এই ন্যাসত সকলো লোকে দান বৰঙণি আগবঢ়াব পাৰিব।
৭/ অসমৰ খিলঞ্জীয়া লোক সকলে চহৰ অঞ্চলত ভূমি লবৰ বাবে সেই ভূমি ২০ বছৰ দখলত থকা বাঞ্চনীয় আছিল । আজিৰ কেবিনেটে সেই ম্যাদ ১০ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
৮/ এতিয়াৰে পৰা ২৫ লাখ টকাৰ ওপৰৰ ক্ৰয়-বিক্ৰয়ৰ সকলো টেণ্ডাৰ 'ই টেণ্ডাৰ' কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্ৰহণ কৰা হয়। অসমৰ জনজাতীয় কাউন্সিল সমূহ এই সিদ্ধান্তৰ আওতাত নপৰিব।
৯/ কিছু দিন পূৰ্বে অসমৰ পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰা সিদ্ধান্তক আজিৰ কেবিনেটে অনুমোদন দিয়ে আৰু লগতে সুৰাৰ ওপৰত কিছু পৰিমানে ৰাজ্যিক কৰ বৃদ্ধিৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে । এই সন্দৰ্ভত অৱকাৰী বিভাগে পৰৱৰ্তী সময়ত অধিসূচনা জাৰী কৰিব।
১০/ ৰাজ্য চৰকাৰৰ অধীনত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক সকলৰ স্নাতকোত্তৰ শিক্ষাৰ বাবে পূৰ্বৰ ২৩ টা সংৰক্ষিত আসনৰ পৰিমাণ ৪০ খনলৈ বৃদ্ধিৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগতে বিভিন্ন পৰ্য্যায়ত অসমৰ মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ শিক্ষা লাভ কৰা চিকিৎসক সকলে যাতে অসমতে চাকৰি কৰিব পাৰে তাৰ বাবে কিছু ব্যৱস্থা হাতত লোৱা হয়।
১১/ ACS বা APSC পৰীক্ষাৰ বাবে বাধ্যতামূলক অসমীয়া আৰু ইংৰাজী বিষয় এতিয়াৰে পৰা এই পৰীক্ষাত নাথাকিব। তাৰ পৰিৱৰ্তে এতিয়াৰে পৰা এই পৰীক্ষাত আবেদনকাৰী অসমৰ স্থানীয় বাসিন্দা হব লাগিব, অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থাকিব লাগিব আৰু তেওঁলোকে অসমীয়া, অসমৰ সহযোগী ৰাজ্যিক ভাষা বা অসমৰ জনজাতীয় ভাষা যিকোনো এটা ভাষা সলসলীয়াকৈ কব পৰা হব লাগিব।
১২/ অসম মালা আঁচনিৰ অধীনত মাটি অধিগ্ৰহণ কৰিলে মাটিৰ পট্টা নাথাকিলেও দখলীকৃত মাটিৰ গৰাকীয়ে ক্ষতিপূৰণ লাভ কৰিব।
১৩/ আজিৰ কেবিনেটে অসম পুলিচৰ কামাণ্ডো বেটেলিয়ানৰ নিয়োগ নীতিৰ অনুমোদন জনায় এই নীতি অনুসৰি কামাণ্ডো জোৱান সকলৰ নিযুক্তি প্ৰক্ৰিয়া আৰু শাৰীৰিক পৰীক্ষা সাধাৰণ জোৱান সকলতকৈ কঠিন হব। ১৮ৰ পৰা ২১ বছৰৰ যুৱক যুৱতীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব।
১৪/ "UDAN" আঁচনিৰ বৰ্হিভূত অসমৰ এয়াৰপোৰ্ট সমূহত অসমৰ ভিতৰতে সেৱা আগবঢ়োৱা বিমান সমূহৰ Aviation Turbine Fuelৰ VAT ২৩.৫ শতাংশৰ পৰা ১ শতাংশলৈ হ্ৰাস কৰি UDAN আঁচনিৰ সমান কৰা হয়। ইয়াৰ ফলত কম মূল্যত সাধাৰণ লোকে বিমান সেৱা লাভ কৰিব পাৰিব।
বঙাইগাঁওৰ বাবে বিশেষ ঘোষণা
ক/ অসম চৰকাৰে কিছুদিন পূৰ্বে ৬খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আজি ইয়াৰ লগতে সপ্তম খন বঙাইগাঁও মহাবিদ্যালয়ক তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে।
খ/ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আগন্তুক ৪,৫ মাহৰ ভিতৰত আৰম্ভ হব। ইয়াৰ বাবে ইতিমধ্যেই নাবাৰ্ডৰ পৰা প্ৰায় ৫৫০ কোটি টকাৰ অনুমোদন পোৱা হৈছে।
গ/ বঙাইগাঁওত নতুন সংযুক্ত উপায়ুক্ত কাৰ্য্যালয় নিৰ্মাণৰ বাবে ৫০ কোটি টকা আৰু বঙাইগাঁওত এক ষ্টেডিয়াম নিৰ্মাণৰ বাবে ২৫ কোটি টকা আজিৰ কেবিনেটে অনুমোদন জনায়
শীতৰ এটি মিঠা সন্ধিয়া নলবাৰীৰ জপাৰকুছিস্থিত কবি নিবেদিতা হাজৰিকাৰ বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰীৰ ৰামপুৰৰ সুৰজ চন্দনৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত দুমহীয়া জেপ কাব্যালোচনী ‘বাঁহী’ৰ শাৰদীয় আৰু বসন্ত বিশেষ সংখ্যা দুটা উন্মোচন কৰা হয় | কাব্যালোচনীখনৰ সংখ্যা দুটা উন্মোচন কৰে ক্ৰমে সদৌ অসম সাংবাদিক সন্থাৰ […]
Regionalশীতৰ এটি মিঠা সন্ধিয়া নলবাৰীৰ জপাৰকুছিস্থিত কবি নিবেদিতা হাজৰিকাৰ বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰীৰ ৰামপুৰৰ সুৰজ চন্দনৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত দুমহীয়া জেপ কাব্যালোচনী ‘বাঁহী’ৰ শাৰদীয় আৰু বসন্ত বিশেষ সংখ্যা দুটা উন্মোচন কৰা হয় |
কাব্যালোচনীখনৰ সংখ্যা দুটা উন্মোচন কৰে ক্ৰমে সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰ আৰু বিশিষ্ট কবি হীৰেন্দ্ৰ কুমাৰ শৰ্মাই |
নলবাৰীৰ নৱপ্ৰজন্মৰ উদীয়মান কবি সুৰজ চন্দনৰ সম্পাদনাত নিয়মিতভাৱে প্ৰকাশ হৈ অাহিছে এই ব্যতিক্ৰম চিন্তাৰে সৃষ্ট জেপ আলোচনীখন ৷
বাঁহীৰ সম্পাদক সুৰজ চন্দনে আঁত ধৰা লগতে বিশিষ্ট কবি শান্তনু শৰ্মাই সঞ্চালনা কৰা গ্ৰন্থ উন্মোচনী আৰু কবিতা সন্ধিয়াটোত মুখ্য অতিথি হিচাপে আসন শুৱনি কৰে অসমৰ বিশিষ্ট কবি ড০ বিনয় কুমাৰ মজুমদাৰে |
কবিতা সন্ধিয়াটো কাব্যিক শব্দ মালাৰে সৌন্দৰ্য আনে বিশিষ্ট কবি দ্বীপ শালৈ , জিতেন্দ্ৰ কুমাৰ জৈন , অজিত ৰাজবংশী , মানস জ্যোতি শৰ্মা , কুলদীপ পাঠক , পাৰুল দেৱী গোস্বামী , তুপুল শৰ্মা , সুৰজিত পাঠক , ৰাজনীশ ভৰদ্বাজ , আৰু নিবেদিতা হাজৰিকাই |
অনুষ্ঠানত বাঁহীৰ শুভাকাংক্ষী ৰঞ্জিত শৰ্মা , পংকজ লোচন ডেকা , প্ৰীতিস্মিতা কলিতাই সভাখনত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰাৰ উপৰিও প্ৰায় কুৰি গৰাকী ন- পুৰণি কবি উপস্থিত থাকে ৷
মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক
নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে আজি যৌথভাৱে অভিযান চলায় নিষিদ্ধ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ হাজো-দৌলাশাল গড়কপ্তানি পথৰ বামুনবড়ীত আৰক্ষীয়ে অভিযান চলায় AS-01BM-2086 নম্বৰৰ ইণ্ডিগো বাহনখনৰ পৰা জব্দ কৰে বৰবিহ সদৃশ ড্ৰাগছখিনি ৷ ইণ্ডিগো বাহনখনৰ ইঞ্জিনৰ পৰা চাৱন কঢ়িওৱা দুটা বাকছৰ পৰা আৰক্ষীয়ে […]
Regional
নলবাৰী জিলাৰ মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে আজি যৌথভাৱে অভিযান চলায় নিষিদ্ধ ড্ৰাগছসহ এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ হাজো-দৌলাশাল গড়কপ্তানি পথৰ বামুনবড়ীত আৰক্ষীয়ে অভিযান চলায় AS-01BM-2086 নম্বৰৰ ইণ্ডিগো বাহনখনৰ পৰা জব্দ কৰে বৰবিহ সদৃশ ড্ৰাগছখিনি ৷ ইণ্ডিগো বাহনখনৰ ইঞ্জিনৰ পৰা চাৱন কঢ়িওৱা দুটা বাকছৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি ৷ আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰি গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী শ্বাহজামাল আলী ৷ ধৃত সৰবৰাহকাৰীজনৰ ঘৰ গোৱালপাৰাৰ লক্ষীপুৰত ৷ সৰবৰাহকাৰীজনে গুৱাহাটী দিশৰ পৰা গোৱালপাৰালৈ ড্ৰাগছখিনি কঢ়িয়াই আনি থাঁকোতে আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰ ভিত্তীত জব্দ কৰে ড্ৰাগছখিনি ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত চলিছিল অভিযান ৷
মুকালমুৱাৰ পৰা সমৰজিত পাঠক
স্বাধীনতাৰ ৭৫ বছৰ পাছতে ৰাইজৰ আশা পূৰণ কৰিলে বিধায়কে । উত্তৰ অভয়াপুৰীৰ বালাৰচৰ মাত্ৰাঘোলা মানাহ নদীৰ ওপৰত বাঁহৰ সাকোঁ নিৰ্মাণৰ লাইখুঁটা স্থাপন কৰিলে বিধায়ক আব্দুল বাতেন খন্দকাৰৰ লগতে ছেকান্দাৰ প্ৰধানীয়ে। বঙাইগাওঁ জিলা উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বালাৰচৰ মাত্ৰাঘোলা মানাহ নদীৰ ওপৰত বাঁহৰ সাকোঁ […]
Regionalস্বাধীনতাৰ ৭৫ বছৰ পাছতে ৰাইজৰ আশা পূৰণ কৰিলে বিধায়কে ।
উত্তৰ অভয়াপুৰীৰ বালাৰচৰ মাত্ৰাঘোলা মানাহ নদীৰ ওপৰত বাঁহৰ সাকোঁ নিৰ্মাণৰ লাইখুঁটা স্থাপন কৰিলে বিধায়ক আব্দুল বাতেন খন্দকাৰৰ লগতে ছেকান্দাৰ প্ৰধানীয়ে।
বঙাইগাওঁ জিলা উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বালাৰচৰ মাত্ৰাঘোলা মানাহ নদীৰ ওপৰত বাঁহৰ সাকোঁ নিৰ্মাণৰ লাইখুঁটা স্থাপন কৰিলে বিধায়ক আব্দুল বাতেন খন্দকাৰৰ লগতে বালাৰচৰ মাত্ৰাঘোলা গাওঁ পঞ্চায়ৰ সভাপতি ছেকান্দাৰ প্ৰধানীয়ে।স্বাধীনতাৰ ৭৫ বছৰ ধৰি যমৰ যাতনা ভূগিছিল কেইবাখনো গাঁৱৰ ৰাইজে লগতে কেইবাখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। অৱশেষত ৰাইজৰ আশা পূৰণ হোৱাৰ দিশত।
বিধায়ক আব্দুল বাতেন খন্দকাৰৰে শিক্ষাৰ ক্ষেত্ৰত আগভাগ লব বুলি ৰাইজৰ আগত মন্তব্য কৰে। অতিশীঘ্ৰে সমষ্টিৰ কেন্দ্ৰবিন্দু বালাৰচৰ কীৰ্ত্তনপাৰাত এখন মহাবিদ্যালয় খুলিব বুলি ৰাইজৰ আগত মন্তব্য কৰে ।
সংবাদ দাতাঃ আব্দুল কৰিম
গৰুখুটিৰ উচ্চেদৰ পাছতেই সৰব হৈছে শোনিতপুৰ জিলা প্ৰশাসন । অবৈধভাৱে বসবাস কৰা চাপৰি অঞ্চলৰ লোক সকলৰ ঘৰে-ঘৰে গৈ নথি-পত্ৰ পৰীক্ষা কৰে প্ৰশাসনৰ লোকে । ইতিমধ্যে জিলা খনৰ ঢেকিয়াজুলি ৰাজহ চক্ৰ আৰু ঠেলামৰা ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰীয়ে চৰ চাপৰিত বসবাস কৰা লোক সকলৰ ঘৰে-ঘৰে গৈ অব্যাহত […]
Regionalগৰুখুটিৰ উচ্চেদৰ পাছতেই সৰব হৈছে শোনিতপুৰ জিলা প্ৰশাসন । অবৈধভাৱে বসবাস কৰা চাপৰি অঞ্চলৰ লোক সকলৰ ঘৰে-ঘৰে গৈ নথি-পত্ৰ পৰীক্ষা কৰে প্ৰশাসনৰ লোকে । ইতিমধ্যে জিলা খনৰ ঢেকিয়াজুলি ৰাজহ চক্ৰ আৰু ঠেলামৰা ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰীয়ে চৰ চাপৰিত বসবাস কৰা লোক সকলৰ ঘৰে-ঘৰে গৈ অব্যাহত ৰাখিছে তদন্ত। পৰীক্ষা কৰিছে নথি পত্ৰ । ধিঙৰ কাষৰীয়া শোনিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ তিনিটেকীয়া চাপৰিত বুধবাৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লৈ চৰজমিন তদন্ত কৰে ।
উল্লেখ্য যে তিনিটেকীয়া চাপৰি বৰচলা সমষ্টিৰ গুপ্তেশ্বৰ পঞ্চায়তৰ এলেকাধীন । এই তিনিটেকীয়া চাপৰিত ৫ খনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু ৪ খনকৈ বেচৰকাৰী বিদ্যালয় আছে । তাৰোপৰি ১৬ টা কৈ অঙ্গনৱাড়ী কেন্দ্ৰও আছে । এই চাপৰিত বিগত ৫০-৬০ বছৰ ধৰি এইসকল লোকে বসবাস কৰি আহিছে । তেওঁ লোকৰ আছে বৰচলা সমষ্টিৰ ভোটাৰ কাৰ্ডো । গৰুখুটি কাণ্ডৰ পাছতেই চৰ চাপৰি সমূহ বেদখল মুক্ত কৰিবলৈ দাবী উত্থাপন কৰা হৈছিল । অৱশ্যে তদন্তৰ সময়ত তিনিটেকীয়া চাপৰিত বসবাস কৰা লোক সকলে প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়ায় ।
ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিপৰ্ট ।
অভয়াপুৰীৰ ধনতলাত চলিছে বগা চাউলৰ ক’লা ব্যৱসায় । চৰকাৰী বিতৰণৰ চাউল, বস্তা সলনি কৰি চলাই আহিছিল ৰমৰমীয়া ক’লা ব্যৱসায় । সোমবাৰে নিশা বঙাইগাঁৱৰ ধনতোলাৰ আব্দুল বাৰেকৰ ঘৰৰ বন্ধ কোঠাত আৰক্ষীৰ অভিযান চলে আৰু জব্দ কৰে ৫২ বস্তা চাউলৰ লগতে ৩০০ লিটাৰ পেট্ৰল । জানিব পৰা […]
Regionalঅভয়াপুৰীৰ ধনতলাত চলিছে বগা চাউলৰ ক’লা ব্যৱসায় । চৰকাৰী বিতৰণৰ চাউল, বস্তা সলনি কৰি চলাই আহিছিল ৰমৰমীয়া ক’লা ব্যৱসায় । সোমবাৰে নিশা বঙাইগাঁৱৰ ধনতোলাৰ আব্দুল বাৰেকৰ ঘৰৰ বন্ধ কোঠাত আৰক্ষীৰ অভিযান চলে আৰু জব্দ কৰে ৫২ বস্তা চাউলৰ লগতে ৩০০ লিটাৰ পেট্ৰল । জানিব পৰা মতে সম্প্ৰতি পলায়ন কৰিছে আব্দুল বাৰেকে ।দীৰ্ঘদিনৰ পৰাই আব্দুল বাৰেকৰ ঘৰত জিয়াৰুল ইছলাম আৰু জহৰুল ইছলামে চলাই আছিল ৰাজহুৱা বিতৰনৰ চাউলৰ ক’লা ব্যৱসায় । প্ৰশ্ন উঠিছে চৰকাৰী বিতৰণৰ চাউল সুলভ মূ্ল্য দোকানৰ পৰিৱৰ্তে কিদৰে এই সকল ক’লা ব্যৱসায়ীৰ হাতলৈ আহে ? প্ৰত্যক্ষভাৱে বৃহত্তৰ ধনতোলা অঞ্চলৰ সুলভ মূল্যৰ ব্যৱসায়ী জড়িত আছে নেকি এই কলা ব্যৱসায়ত ? বঙাইগাওঁ আৰক্ষীয়ে উচিত তদন্ত কৰি ক’লা ব্যৱসায়ৰ লগত জড়িত সকলক শাস্তি প্ৰদান কৰিবনে ?
সংবাদ দাতাঃ হিমাংশু ।
এক ফুল দৌ মালি।ডবকাত তিনি সন্তানৰ পিতৃৰ প্ৰেমত বাল্টিয়ে-বাল্টিয়ে পানী খাইছে এটা সন্তানৰ মাতৃয়ে। হোজাই জিলাৰ ডবকাত সংঘটিত হৈছে এই ঘটনা। তিনিটা সন্তানৰ পিতৃ বাপ্পী দাস নামৰ লম্পট জন পেচাত এজন পেন্ডেল দোকানী।বিভিন্ন উৎসৱ-পাৰ্বন আদিত পেন্ডেল আদি ভাড়া দিয়ে। তেওঁ যোৰহাটৰ বাসিন্দা যদি ও যোৰহাটৰ […]
Regionalএক ফুল দৌ মালি।
ডবকাত তিনি সন্তানৰ পিতৃৰ প্ৰেমত বাল্টিয়ে-বাল্টিয়ে পানী খাইছে এটা সন্তানৰ মাতৃয়ে।
হোজাই জিলাৰ ডবকাত সংঘটিত হৈছে এই ঘটনা।
তিনিটা সন্তানৰ পিতৃ বাপ্পী দাস নামৰ লম্পট জন পেচাত এজন পেন্ডেল দোকানী।
বিভিন্ন উৎসৱ-পাৰ্বন আদিত পেন্ডেল আদি ভাড়া দিয়ে।
তেওঁ যোৰহাটৰ বাসিন্দা যদি ও যোৰহাটৰ পৰা অজ্ঞাত কাৰণত আহি ডবকাৰ কুৰকুট বস্তি নামৰ গাওঁৰ নিজ শহুৰেকৰ ঘৰত থাকি ব্যৱসায় চলাইছে ।
ইয়াৰ মাজতে ডবকা হাৰ গাঁৱত পেন্ডেলৰ কামত গৈ চিনাকি হয় এগৰাকী বোৱাৰীৰ সৈতে যাৰ এটি কন্যা সন্তানো আছে ।
তাৰপাছৰপৰাই আৰম্ভ হয় দুয়োৰে মাজত প্ৰেমৰ গভীৰ সম্পর্ক।
দীৰ্ঘ দিন দুয়োৰে মাজত চলিল গোপন প্ৰেম।
অৱশেষত প্ৰেমৰ বাস্তৱ ৰূপ দিয়াৰ কথা ভাবিল তেওঁলোকে ।
লম্পট বাপ্পী দাসে ডবকা বেঙ্কলৈ অহা সময়তে বোৱাৰী গৰাকীক পলুৱাই লৈ যায়।
পাছত স্থানীয় ৰাইজে তিনি সন্তানৰ পিতৃ বাপ্পী দাস আৰু এটা সন্তানৰ মাতৃ গৰাকীক ডবকা আৰক্ষীক চমজাই দিয়ে।
বোৱাৰী গৰাকীৰ স্বামীয়ে কণমানি কন্যা সন্তানটিৰ মুখলে চাই সকলো লাজ অপমান প্ৰৰিহাৰ কৰি ডবকা থানাৰ পৰা পত্নীক চমজি নি পুনৰ সংসাৰ আৰম্ভ কৰে।
তাৰ ঠিক ৫ দিনমান পিছত দিনৰ প্ৰায় ১১ বজাত নিজৰ সকলো নথি পত্ৰ সহ বোৱাৰী গৰাকী ঘৰৰ পৰা পলাই অজ্ঞাত ঠাইত আত্মগোপন কৰে।
আনফালে তেওঁক বিছাৰি নাপাই স্বামীয়ে ডবকা থানাত এখন এজাহাৰ দাখিল কৰে ।
আনফালে বোৱাৰী গৰাকীৰ পিতৃয়ে অভিযোগ কৰা মতে বিভিন্ন ভয় আৰু প্ৰলোভন দি বাপ্পী দাসে এই ঘটনা সংঘটিত কৰিছে ।
সংবাদ দাতাঃ সহদেৱ , ডবকা ।
হয় , উদালগুৰি জিলাৰ ডিমাকুচিৰ পৰা গাড়ী চুৰি কৰি অনাৰ লগতে ঢেকিয়াজুলিৰ নাৰী চুৰি কৰি আনি কচুৱাৰ ৰজাগাঁৱত ধৰা পৰিল ৰাজদ্বীপ নামৰ এজন যুৱক। উল্লেখযোগ্য যে এখন ৱেগেনাৰ গাড়ী As01BX2680 কামপুৰৰ কচুৱা থানাৰ অন্তুৰ্গত ৰাজাগাঁৱত উদ্ধাৰ হয়। গাড়ী চোৰটো কচুৱাৰ ৰজাগাঁৱৰ উত্তৰ আমেৰিৰ ৰাজদ্বীপ ভদ্ৰ। […]
Regionalহয় , উদালগুৰি জিলাৰ ডিমাকুচিৰ পৰা গাড়ী চুৰি কৰি অনাৰ লগতে ঢেকিয়াজুলিৰ নাৰী চুৰি কৰি আনি কচুৱাৰ ৰজাগাঁৱত ধৰা পৰিল ৰাজদ্বীপ নামৰ এজন যুৱক।
উল্লেখযোগ্য যে এখন ৱেগেনাৰ গাড়ী As01BX2680 কামপুৰৰ কচুৱা থানাৰ অন্তুৰ্গত ৰাজাগাঁৱত উদ্ধাৰ হয়।
গাড়ী চোৰটো কচুৱাৰ ৰজাগাঁৱৰ উত্তৰ আমেৰিৰ ৰাজদ্বীপ ভদ্ৰ।
জানিব পৰা মতে ৰাজদ্বীপ ভদ্ৰই যোৱা বিশ্বকৰ্মা পূজাৰ দিনা অতি কৌশলৰে গাড়ীখন উদালগুৰীৰ পৰা চুৰি কৰি আনিছিল। স্থানীয় গাওঁৰক্ষী বাহিনীয়ে ৰাজদ্বীপৰ নিজা বাসগৃহৰ পৰা গাড়ীসহ আটক কৰি কচুৱা আৰক্ষীক গতাই দিয়ে।
আনফালে পূৰ্বে বিবাহিত ৰাজদ্বীপে ঢেকিয়াজুলিৰ পৰা কৌশলৰে বিবাহ কৰি আনিছিল ছয়মহীয়া গভৱতী মহিলা এগৰাকীক ।
গৰ্ভৱতী মহিলা গৰাকীয়ে জনা নাছিল ৰাজদীপ বিবাহিত বুলি ।
এতিয়া জানি আচৰিত হৈছে তেওঁ ।
সংবাদ দাতাঃ খাইৰুল ।
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ‘ অক্ষয় পাত্ৰ ফাউণ্ডেচন ‘এটা আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ( N G O ) । এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা সমগ্ৰ ভাৰতবৰ্ষৰ জনগনৰ বিভিন্ন দুয্যোগৰ সময়ত বিভিন্ন প্ৰকাৰৰ জনসেৱা আগবঢ়াই আহিছে । দেশত হোৱা বানপানী , ভূমিকম্প , অন্য প্ৰাকৃতিক দুয্যোগৰ সময়ত গাৱঁৰ বা […]
Regional