0 00 1 min 4 yrs 228

আপুনি ক্ৰেডিট কাৰ্ডৰ যোগেদি আপোনাৰ PayTm ৱালেটত পইচা ভৰাই নেকি? তেনেহলে এই সংবাদটো কেৱল আপোনাৰ বাবে। 

        নতুন বছৰত অৰ্থাৎ ২০২০ ৰ পৰা আপুনি মাহেকত ১০,০০০ টকালৈকেহে বিনামূলীয়াকৈ ভৰাব পাৰিব। এই সীমা অতিক্রম কৰিলে ভৰিব লাগিব অতিৰিক্ত চাৰ্জ। ১.৭৫ শতাংশকৈ ভৰিব লাগিব GST 
এই সমস্যাৰ পৰা হাত সাৰিবলৈ Paytm ৰ অন্যান্য মাধ্যম যেনে: UPI, ডেবিট কাৰ্ডৰ যোগেদি ভৰাব পাৰিব। এইকেইটা মাধ্যমৰ যোগেদি ভৰালে দিব নালাগে কোনো অতিৰিক্ত চাৰ্জ।

Leave a Reply

Your email address will not be published. Required fields are marked *