0 00 1 min 5 yrs 221
হয় ঠিকেই শুনিছে, ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে এতিয়া সুখবৰ । কিয়নো এতিয়া আপুনি বিনা বিনা এটিএম  বা ডেবিট কাৰ্ড উইথড্ৰ’ কৰিব পাৰিব আপোনাৰ জমা ধন । কিন্তু তাৰ বাবে আপোনাৰ স্মাৰ্টফোনত  ডাউনলোড কৰিব লাগিব SBIৰ YONO নামৰ এপটো । সৰ্বপ্ৰথম আপোনাৰ নেট বেংকিংৰ সৈতে সংযোগ কৰিব লাগিব এপটো । এবাৰত ১০০০০ আৰু এদিনত ২০০০০  পৰ্যন্ত উইথড্ৰ’ কৰিব পাৰিব ।
ৰিমা গগৈ
গুৱাহাটী

Leave a Reply

Your email address will not be published. Required fields are marked *