বোকাজানত পথ দুৰ্ঘটনাত ক্লিৰডাপ টিমুংপি নামৰ যুৱতী নিহত ।

0 00 1 min 2 yrs 186

বোকাজানত পথ দুৰ্ঘটনাত ক্লিৰডাপ টিমুংপি নামৰ এগৰাকী যুৱতী নিহত যোৱা কালি ৰাতিপুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী যুৱতী নিহত হয় ।এখন স্কুটিক ট্ৰাক এখনে খুন্দা মৰাৰ ফলত ঘটনাস্থলীত স্কুটি আৰোহী যুৱতী গৰাকী নিহত হয়। ঘটনাটো বোকাজানত ২১ জুনৰ পুৱা প্ৰায় ১০ বজাত সংঘটিত হৈছিল […]

Uncategorized