সমাজ , সমাজ শাস্ত্ৰ আৰু অন্যান্য সমাজ বিজ্ঞানৰ মাজত সম্পৰ্ক। ( Sociology, Society and its relationship with other social science disciplines)

0 00 1 min 2 mths 85

প্ৰশ্ন: কেতিয়া সমাজতত্বৰ জন্ম হৈছিল?উত্তৰঃ ১৮৩৯ চনত সমাজতত্বৰ জন্ম হৈছিল। প্ৰশ্নঃ সমাজতত্বৰ পিতৃ কোন?উত্তৰঃ আগষ্ট কম্পটে (August Compte) হ’ল সমাজতত্বৰ পিতৃ বা জনক । প্ৰশ্নঃ এগৰাকী ভাৰতীয় সমাজতত্ববিদৰ নাম লিখা ।উত্তৰঃ ডঃ ৰাধাকমল মুখাৰ্জী ভাৰতৰ এগৰাকী বিশিষ্ট সমাজতত্ববিদ । প্ৰশ্নঃ “সামাজিক সম্বন্ধ” কিহৰ এটা প্ৰধান […]

CLASS 11 Regional