0 00 1 min 2 mths 12

প্ৰশ্নঃ একক পৰিয়ালৰ চমু সংজ্ঞা দিয়া ?

উত্তৰঃ যিবোৰ পৰিয়ালত স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ অবিবাহিত ল’ৰা-ছোৱালীয়ে বসবাস কৰে তেনেকুৱা পৰিয়ালকে একক পৰিয়াল বোলে ।

প্ৰশ্নঃ সামাজিক প্ৰমূল্য মানে কি?

উত্তৰঃ সামাজিক প্ৰমূল্যৰ অৰ্থ হ’ল সৰ্বসাধাৰণ মানুহে যিকোনো সামাজিক ক্ৰিয়া-কলাপ , পদ্ধতি আদিৰ উপকাৰিতা তথা শুদ্ধতাৰ বিষয়ে থকা সামূহিক ধাৰণা ।

প্ৰশ্নঃ সামাজিক প্ৰতিমান মানে কি?

উত্তৰঃ সমাজ এখনৰ ৰাইজ বা সমূহ এটাৰ সদস্য বৰ্গই আশা কৰা যিবোৰ আচৰণ বা কৰ্মৰ নীতি সেইবোৰকে সামাজিক প্ৰতিমান বুলি কোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *