হলীউডৰ পপ ছিংগাৰ ৰিহানালৈ NAACP Image Award ।

0 00 1 min 4 yrs 177

হলীউডৰ পপ ছিংগাৰ ৰিহানালৈ  NAACP Image Awards । বিশেষ সফলতা আৰু ৰাজহুৱা তথা সমাজ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা আগবঢ়োৱা হয় উক্ত বঁটা । উক্ত বঁটা গ্ৰহণ কৰি সুখী হৈছে বুলি ফেচবুক পোষ্টৰ যোগেদি জানিবলৈ দিয়ে পপ ছিংগাৰ ৰিহানাই । 

সংবাদ