ডিজিটেল প্লেটফৰ্ম “জোনাক” (www.junaak.com) ৰ দ্বাৰা আয়োজন কৰা “জোনাক মডেলিং কণ্টেস্ট” ৰ সফলতাৰ পিছত এইবাৰ আৰম্ভ কৰা হৈছে জোনাকৰ কভাৰ গাৰ্ল কণ্টেস্ট । কভাৰ গাৰ্ল কণ্টেস্ট তেওঁলোকৰ বাবে যিসকলে জোনাকৰ কভাৰত নিজৰ ফটো প্ৰকাশ কৰিব বিচাৰে আৰু লগতে আকৰ্ষণীয় পুৰস্কাৰ ।
প্ৰকৃতাৰ্থত কবলৈ গলে জোনাকৰ বাবে কভাৰ গাৰ্লৰ অনুসন্ধান কৰা । বিজেতাজনৰ ফটো জোনাকৰ কভাৰত প্ৰকাশ হোৱাৰ লগতে লাভ কৰিব আকৰ্ষণীয় পুৰস্কাৰ
অংশ গ্ৰহণ কৰিবলৈ হোৱাটচএপ নাইবা ইমেইল যোগে ৩ কপীকৈ নিজৰ ফটো প্ৰেৰণ কৰক ।
প্ৰকৃতাৰ্থত কবলৈ গলে জোনাকৰ বাবে কভাৰ গাৰ্লৰ অনুসন্ধান কৰা । বিজেতাজনৰ ফটো জোনাকৰ কভাৰত প্ৰকাশ হোৱাৰ লগতে লাভ কৰিব আকৰ্ষণীয় পুৰস্কাৰ
অংশ গ্ৰহণ কৰিবলৈ হোৱাটচএপ নাইবা ইমেইল যোগে ৩ কপীকৈ নিজৰ ফটো প্ৰেৰণ কৰক ।
নিয়মাৱলী :
১) প্ৰতিযোগিতাৰ সময় ১০ অক্টোবৰৰ পৰা ৩০ অক্টোবৰ, ২০১৮ লৈ ৷ গতিকে ইচ্ছুক সকলে যিমান পাৰে সিমান সোনকালে নিজৰ ফটো প্ৰেৰণ কৰিব পাৰিব।
২) আধুনিক আৰু পৰম্পৰাগত সাজ-পাৰৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হব ৷
৩) ফটোখনৰ সৈতে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা পঠাবলৈ নাপাহৰিব ৷
৪) পেজত আপলোড হোৱাৰ পিছত লাইক বা যিকোনো ৰিয়েকশ্বন আৰু শ্বেয়াৰৰ সহায়ত ভোট গণনা কৰা হব ৷
১জনে কৰা লাইক বা যিকোনো Reaction ৰ বাবে = ২ টা ভোট
১ জনে কৰা Share ৰ বাবে = ৪ টা ভোট
৫) আমাৰ ইউটিউব চেনেলটো Subscribe আৰু এই ” আধুনিক অসমীয়া কবিতা” পেজটো লাইক কৰাৰ বাবদ লাভ কৰিব ১০ টা ভোট ।
৬) প্ৰতিগৰাকী প্ৰতিযোগীৰ বাবে মুঠ সময়সীমা 5 দিন ৷ ৫ দিনৰ ভিতৰত অহা লাইক আৰু শ্বেয়াৰৰ বাবেহে ভোট গণনা কৰা হব ৷প্ৰতিযোগিসকলৰ মাজৰপৰা মুঠতে তিনি গৰাকীক বিজয়ী হিচাপে ঘোষণা কৰা হ’ব । তিনিয়োগৰকী প্ৰতিযোগীয়েই জোনাকৰ কভাৰত স্থান পাব।
প্ৰথম বিজয়ী প্ৰতিযোগীগৰাকীয়ে বিশেষ উপহাৰৰ সৈতে অক্টোবৰ সংখ্যাত আৰু বাকী দুগৰাকীয়ে পৰবৰ্তী সংখ্যাত স্থান পাব ।
আমাৰ পেজৰ লিংক: https://m.facebook.com/ AdhunikAsamiyaKabitaa/
ৱেবছাইট www.junaak.com
Youtube Channel = www.youtube.com/channel/UCoVO2k7Pv9nAGRz8iyZ1-bg
ই মেইল =[email protected]
হোৱাটচএপ= 9951142690