0 00 1 min 5 yrs 207
নাগৰিকত্ব সংশোধনী বিল উথ্থাপন নহ’ল ৰাজ্যসভাত । এই জয় খিলঞ্জীয়াৰ জয় ।
আচল সুখবৰ
👉 ৰাজ্যসভাত উত্থাপন নহ’ল “নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬”
👉 অসম উত্তৰ-পূবৰ খিলঞ্জীয়া জনতাৰ ভাৰত ৰাষ্ট্ৰৰ ষড়যন্ত্রৰ বিৰুদ্ধে বৃহৎ জয়
👉 আগন্তুক লোকসভা নির্বাচনৰ পূৰ্বে পুনৰ অনুষ্ঠিত নহয় সংসদৰ অধিৱেশন
👉 পিছে বিজেপি পুনৰ ক্ষমতালৈ আহিলে ৰক্ষা নাই, CAB আইন হোৱাটো খাটাং
👉 সেয়ে ৰাষ্ট্ৰৰ কুটিল ষড়যন্ত্রৰ বিৰুদ্ধে উত্তৰ-পূবৰ খিলঞ্জীয়া জনতা সদায় সষ্টম হৈ থকা জৰুৰী (যি দলৰেই চৰকাৰ নাথাকক কিয়)
👉 এইয়া সুবৰ্ণ সুযোগ ভাৰত ৰাষ্ট্ৰৰ উত্তৰ-পূবৰ খিলঞ্জীয়া বিৰোধী কৰ্ম বুজি উঠি নিজকে শক্তিশালী কৰি গঢ়ি তোলাৰ
👉 এইয়া সুবৰ্ণ সুযোগ অসম উত্তৰ-পূবৰ খিলঞ্জীয়া জনতাৰ মাজতে থকা ঘৰবিভিষণবোৰক চিনি থোৱাৰ
👉 এইয়া উপযুক্ত সময় উত্তৰ-পূবৰ খিলঞ্জীয়া জনতাই একত্ৰে জন্মস্বত্ব ‘স্বাধীনতা’ৰ কথা ভাৰত ৰাষ্ট্ৰক জনাই দিয়াৰ
👉 এইয়া এক সুবৰ্ণ সময় ভাৰত ৰাষ্ট্ৰৰ শোষণ-নিষ্পেষণ-বঞ্চনা-প্ৰতাৰণা-ঔপনিবেশিকতাৰ বিৰুদ্ধে উত্তৰ-পূবৰ খিলঞ্জীয়া জনতাই “স্বাধীন ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক-সাংস্কৃতিক পৰিচয়” জাহিৰ কৰাৰ
———————————————————–
।। জয় আই অসম ।।
।। জয় উত্তৰ-পূবৰ খিলঞ্জীয়া জনতাৰ জয় ।।

সমীৰ ভূষণ বৰা 

Leave a Reply

Your email address will not be published. Required fields are marked *